Books
Asomor Koch Rajbanshi : Sangram, Patabhumi aaru Bhabishyat
₹250.00
₹299.00
16% offঅৰূপজ্যেতি দাসৰচিত ‘অসমৰ কোচ ৰাজবংশীঃ সংগ্ৰাম, পটভূমি আৰু ভৱিষ্যৎ’ গ্ৰন্থখন কোচ-ৰাজবংশীসকলৰ অৰ্ধশতিকাজোৰা সামাজিক আন্দোলন আৰু স্বাধিকাৰৰ সংগ্ৰামৰ এক বস্তুনিষ্ঠ বিশ্লেষণ। ইয়াত ৰাজনৈতিক ইতিহাসৰ সলনি সম্প্ৰদায়টোৰ স্বকীয় চেতনাৰ উন্মেষ, সশস্ত্ৰ সংগ্ৰাম, সন্মিলনী আৰু জনজাতিকৰণৰ দাবী তথা 'কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ' গঠনৰ প্ৰচেষ্টাক সাঙুৰি লোৱা হৈছে।
Delivery Estimate
Check serviceability before checkout.
Quantity
Cash on Delivery
Pay after receiving your order. Available across most serviceable locations in India.
Secure Payments
100% secure payments powered by Razorpay with UPI, Cards and Net Banking.
Free Shipping
Free shipping on orders above ? 1999 across India.
Easy Returns
Eligible return requests must be raised within 3 days after delivery.
Crafted with Care
Inspired by Koch Rajbanshi heritage and crafted with attention to detail.
Safe Packaging
Carefully packed to ensure safe delivery to your doorstep.
পুথি পৰিচয় প্ৰায় অৰ্ধশতিকাব্যাপী চলি থকা অসমৰ কোচ-ৰাজবংশীসকলৰ স্বাধিকাৰৰ সংগ্ৰাম আৰু আন্দোলনক কিছুক্ষেত্ৰত লিপিবদ্ধ আৰু কিছুক্ষেত্ৰত আলোচনা কৰাৰ এক বিনম্ৰ প্ৰয়াস হ’ল ‘অসমৰ কোচ ৰাজবংশীঃ সংগ্ৰাম, পটভূমি আৰু ভৱিষ্যৎ’৷ গ্ৰন্থখন কোচ-ৰাজবংশীৰ ৰাজনৈতিক ইতিহাস নহয়, সামাজিক আন্দোলনৰ এক আলোচনাহে৷ কোচ-ৰাজবংশীৰ স্বকীয় চেতনাৰ উন্মেষৰ পৰা সশস্ত্ৰ সংগ্ৰামলৈ, সন্মিলনীৰ পৰা আক্ৰাছুলৈ, জনজাতিকৰণৰ পৰা ‘কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ’লৈকে-সমসাময়িক প্ৰায়বোৰ বিষয়কেই গ্ৰন্থখনিৰ আলোচনাৰ আওতাত অনা হৈছে৷ লেখক পৰিচিতিঃ অৰূপজ্যেতি দাস এগৰাকী লেখক, নিৱন্ধকাৰ, গৱেষক আৰু কোচ ইতিহাসবিদ৷ দাসৰ ইতিমধ্যে প্ৰকাশিত গ্ৰন্থসমূহ হ’ল, ‘অসমীয়া ছবিৰ হাজাৰটা সমস্যাৰ এটা (২০০৬, ২০১৬), কামতাপুৰ এণ্ড দ্যা কোচ ৰাজবংশী ইমাজিনেশ্বন (২০০৯), কোচ-ৰাজবংশীৰ কামতাপুৰ-সপোন, দিঠক নে মাথোঁ ইতিহাস (২০১৫), ৰাজনৈতিক-অৰাজনৈতিক (২০১৭), কামতেশ্বৰ বিশ্বসিংহ আৰু কোচৰ শেষ অভ্যুত্থান (২০১৮) আৰু যুদ্ধক্ষেত্ৰৰ সন্তান (কবিতাপুথি, ২০১৮)৷
Customer Notes
Reviews
Reviews will appear here after verified customers share their experience.
No reviews yet
Only verified customers who have purchased this product will be able to leave a review.
Complete the Story
You may also appreciate
Pieces selected to sit naturally alongside your current choice.
Books
Phrases, Idioms and Riddles of Rajbanshi Language: Rajbanshi Chilkas and Solloks in English and Bengali Verses
Phrases, Idioms and Riddles of Rajbanshi Language by Ranjit Kumar Mandal is a landmark trilingual reference featuring nearly 2,500 Rajbanshi phrases, idioms (chilkas) and riddles (solloks) in Rajbanshi, Bengali and English. With meanings, explanations and cultural notes, it preserves the rich linguistic heritage and oral traditions of the Rajbanshi community for readers, students and researchers.
Books
Kamateswar Biswa Singha (কামতেশ্বৰ বিশ্বসিংহ)
‘কামতেশ্বৰ বিশ্বসিংহ আৰু কোচৰ শেষ অভ্যুত্থান’ হৈছে ষোল্ল শতিকাৰ কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহৰ জীৱন, শাসন আৰু উত্তৰ-পূব ভাৰতৰ সমসাময়িক ৰাজনীতিৰ ওপৰত ৰচিত প্ৰথমখন গৱেষণাধৰ্মী গ্ৰন্থ। এই গ্ৰন্থত কোচ ৰাজ্যৰ উত্থান, বিশ্বসিংহৰ ঐতিহাসিক অৱদান আৰু তেওঁৰ বংশধৰসকলে গঢ়ি তোলা ৫০০ বছৰীয়া ৰাজনৈতিক ঐতিহ্যৰ এক তথ্যভিত্তিক বিশ্লেষণ আগবঢ়োৱা হৈছে।
Books
Koch Hajo: Itihas Nohoy Judhwakshetro
"Koch Hajo: Not History, but a Battlefield" documents the fierce 1581–1618 AD resistance of the Koch Hajo kingdom against the Mughal Empire. Based on primary sources, this book uncovers a largely ignored, deeply courageous chapter of Lower Assam's past, illustrating how its people bravely fought for freedom against overwhelming odds.


