Books
Kamateswar Biswa Singha (কামতেশ্বৰ বিশ্বসিংহ)
₹450.00
₹499.00
10% off‘কামতেশ্বৰ বিশ্বসিংহ আৰু কোচৰ শেষ অভ্যুত্থান’ হৈছে ষোল্ল শতিকাৰ কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহৰ জীৱন, শাসন আৰু উত্তৰ-পূব ভাৰতৰ সমসাময়িক ৰাজনীতিৰ ওপৰত ৰচিত প্ৰথমখন গৱেষণাধৰ্মী গ্ৰন্থ। এই গ্ৰন্থত কোচ ৰাজ্যৰ উত্থান, বিশ্বসিংহৰ ঐতিহাসিক অৱদান আৰু তেওঁৰ বংশধৰসকলে গঢ়ি তোলা ৫০০ বছৰীয়া ৰাজনৈতিক ঐতিহ্যৰ এক তথ্যভিত্তিক বিশ্লেষণ আগবঢ়োৱা হৈছে।
Delivery Estimate
Check serviceability before checkout.
Quantity
Cash on Delivery
Pay after receiving your order. Available across most serviceable locations in India.
Secure Payments
100% secure payments powered by Razorpay with UPI, Cards and Net Banking.
Free Shipping
Free shipping on orders above ? 1999 across India.
Easy Returns
Eligible return requests must be raised within 3 days after delivery.
Crafted with Care
Inspired by Koch Rajbanshi heritage and crafted with attention to detail.
Safe Packaging
Carefully packed to ensure safe delivery to your doorstep.
পুথি পৰিচয় ষোল্ল শতিকাৰ আৰম্ভণিতেই বৰ্তমানৰ ভাৰত, বাংলাদেশ, ভূটান আৰু নেপালৰ সংযুক্ত অঞ্চলক কেন্দ্ৰ কৰি বিধ্বস্ত কামতা ৰাজ্যৰ মাটিত বিশ্বসিংহই অন্তিমখন কোচ ৰাষ্ট্ৰৰ বীজ ৰোপণ কৰে৷ তিনটেকীয়া কোচ খেলৰ এই গৰখীয়া ৰজাজনে শক্তিশালী ভূঞাসকলৰ হাতৰ পৰা কামৰূপ দখল কৰি সমগ্ৰ অঞ্চলটোৰ কোচ আৰু জনজাতীয় সমাজখনৰ হৃত গৌৰৱ উদ্ধাৰ কৰি নিজকে কামতেশ্বৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰে৷ তেওঁ সৃষ্টি কৰা বুনিয়াদৰ ওপৰতেই তেওঁৰ পৰবৰ্তী প্ৰজন্মই কামৰূপত একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰে, অসমীয়া সাহিত্যৰ ভেটি সৃষ্টি কৰে, সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ কোচৰ অধীন কৰে আৰু আৰু এক সুস্থ মুদ্ৰা অৰ্থনীতিৰ সূচনা কৰে৷ তেওঁৰ বংশধৰসকলে মূল আৰু পাঁচটি ৰাজবংশ প্ৰতিষ্ঠা কৰি ভাৰত উপমহাদেশখনৰ বিভিন্ন অঞ্চল স্বাধীনতাৰ সময়লৈকে প্ৰত্যক্ষভাৱে শাসন কৰে৷ তেওঁ প্ৰতিষ্ঠা কৰা মূল ৰাজ্যখনে কোচবিহাৰ ৰূপে ১৯৪৯ চনলৈকে স্বকীয় স্বাধীন পৰিচয় ধৰি ৰাখিছিল৷ ‘কামতেশ্বৰ বিশ্বসিংহ আৰু কোচৰ শেষ অভ্যুত্থান’ বিশ্বসিংহৰ জীৱন আৰু সময়ছোৱাক লৈ প্ৰথমখন গ্ৰন্থ৷ লেখক পৰিচিতিঃ অৰূপজ্যোতি দাস এগৰাকী ৰাজনৈতিক নিবন্ধকাৰ আৰু স্বতন্ত্ৰ গৱেষক৷ দাস ‘ইণ্টাৰনেচনেল ইনষ্টিটিউট অব ছ’ছিয়েল হিস্ত্ৰী’ ৰ উত্তৰ-পূব ভাৰতৰ ভূতপূৰ্ব প্ৰতিনিধি আছিল আৰু বৰ্তমান ‘চেণ্টাৰ ফৰ কোচ ৰাজবংশী ষ্টাডিজ এণ্ড ডেভেলপমেণ্ট’ৰ পৰিচালন সঞ্চালক৷ দাসৰ প্ৰকাশিত গ্ৰন্থসমূহ অসমীয়া ছবিৰ হাজাৰটা সমস্যাৰ এটা (২০০৬), Kamatapur and the Koch Rajbanshi Imagination (২০০৯), কোচ ৰাজবংশীৰ কামতাপুৰ- সপোন, দিঠক নে মাথোঁ ইতিহাস (২০১৫) আৰু ৰাজনৈতিক-অৰাজনৈতিক (২০১৭)। (This is the first ever research book on Biswa Singha, the founder of the 16th century Koch kingdom in South Asia. His Kingdom survived for 500 years as Koch Behar along with other small principalities founded by his decedents. The book covers his early life, his rule and contemporary politics of North East India.)
Customer Notes
Reviews
Reviews will appear here after verified customers share their experience.
No reviews yet
Only verified customers who have purchased this product will be able to leave a review.
Complete the Story
You may also appreciate
Pieces selected to sit naturally alongside your current choice.
Books
Phrases, Idioms and Riddles of Rajbanshi Language: Rajbanshi Chilkas and Solloks in English and Bengali Verses
Phrases, Idioms and Riddles of Rajbanshi Language by Ranjit Kumar Mandal is a landmark trilingual reference featuring nearly 2,500 Rajbanshi phrases, idioms (chilkas) and riddles (solloks) in Rajbanshi, Bengali and English. With meanings, explanations and cultural notes, it preserves the rich linguistic heritage and oral traditions of the Rajbanshi community for readers, students and researchers.
Books
Asomor Koch Rajbanshi : Sangram, Patabhumi aaru Bhabishyat
অৰূপজ্যেতি দাসৰচিত ‘অসমৰ কোচ ৰাজবংশীঃ সংগ্ৰাম, পটভূমি আৰু ভৱিষ্যৎ’ গ্ৰন্থখন কোচ-ৰাজবংশীসকলৰ অৰ্ধশতিকাজোৰা সামাজিক আন্দোলন আৰু স্বাধিকাৰৰ সংগ্ৰামৰ এক বস্তুনিষ্ঠ বিশ্লেষণ। ইয়াত ৰাজনৈতিক ইতিহাসৰ সলনি সম্প্ৰদায়টোৰ স্বকীয় চেতনাৰ উন্মেষ, সশস্ত্ৰ সংগ্ৰাম, সন্মিলনী আৰু জনজাতিকৰণৰ দাবী তথা 'কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ' গঠনৰ প্ৰচেষ্টাক সাঙুৰি লোৱা হৈছে।
Books
Koch Hajo: Itihas Nohoy Judhwakshetro
"Koch Hajo: Not History, but a Battlefield" documents the fierce 1581–1618 AD resistance of the Koch Hajo kingdom against the Mughal Empire. Based on primary sources, this book uncovers a largely ignored, deeply courageous chapter of Lower Assam's past, illustrating how its people bravely fought for freedom against overwhelming odds.


